জু-তিনিআলিত চাদৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু 

ghy

আজি দুপৰীয়া গুৱাহাটীৰ জু-তিনিআলিৰ ৰাধা ভৱনত কোম্পানীৰ বেনাৰ লগাবলৈ গৈ চাদৰ পৰা পৰি মৃত্যু হয় এজন শ্ৰমিকৰ৷ অপ' কোম্পানীৰ বেনাৰ লগোৱাৰ কামত নিয়োজিত শ্ৰমিকজনৰ নাম পংকজ ঘোষ (২৯) বুলি জানিব পৰা গৈছে। 
মৃত শ্ৰমিকজনৰ ঘৰ চেগুণবাৰী পাহাৰত। দুপৰীয়া ১২ বজাত সংঘটিত হয় ঘটনাটো।

Your Comments