ৰবাৰ্ট ভদ্ৰাক পুনৰ ই ডিৰ সোধা-পোচা

ৰবাৰ্ট ভদ্ৰাক পুনৰ ই ডিৰ সোধা-পোচা

আজি এনফ'ৰ্চমেণ্ট ডিপাৰ্টমেণ্টে পুনৰ সোধা-পোচা কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ স্বামী ৰবাৰ্ট ভদ্ৰাক৷ উল্লেখ্য যে বুধবাৰে ৬ ঘণ্টা ধৰি ভদ্ৰাক ই ডিয়ে সোধা-পোচা কৰিছিল৷ আজি ১১.৩০ বজাৰ পৰা পুনৰ তেওঁক ই ডিয়ে সোধা-পোচা কৰে৷ ই ডিৰ তিনিজন জ্যেষ্ঠ বিষয়াই ভদ্ৰাক অবৈধ বিত্তীয় লেনদেনৰ গোচৰত ভদ্ৰাক সোধা-পোচা কৰে৷

Your Comments