গোলাঘাটৰ পৰা বগীবিল-জোনাইলৈ বাছ সেৱা মুকলি 

ৈ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
বহুদিনীয়া এটা অভাৱ পূৰণ কৰি আজিৰে পৰা গোলাঘাটত আৰম্ভ হৈছে বগীবিল হৈ জোনাইলৈ যাত্ৰা কৰা বাছ সেৱা। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অন্তৰ্গত এই বাছখন আজি পুৱা আনুষ্ঠানিকভাৱে মুকলি কৰে, বিশিষ্ট নিৱন্ধকাৰ অৰুণ গোস্বামী আৰু সাংবাদিক ৰোহিত গগৈয়ে। উল্লেখ্য যে, আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিক শুভ উন্মোচন কৰা দেশৰ সৰ্ব বৃহৎ দীঘল দলং বগীবিল দলঙেৰে নিতৌ যাত্ৰা কৰিব এই বাছ সেৱা।

Your Comments