ক্ৰীড়া ক্ষেত্ৰত আন এক অসম সন্তানৰ কৃতিত্ব : আন্তঃৰাষ্ট্ৰীয় কাৰাটেত ৰূপৰ পদক চৰাইদেউৰ মৃন্ময় দেউঘৰীয়াৰ

ক্ৰীড়া ক্ষেত্ৰত আন এক অসম সন্তানৰ কৃতিত্ব : আন্তঃৰাষ্ট্ৰীয় কাৰাটেত ৰূপৰ পদক চৰাইদেউৰ মৃন্ময় দেউঘৰীয়াৰ

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ মাহমৰা কাকতিবাৰীৰ বিমান দেউঘৰীয়া আৰু লাকী দেউঘৰীয়াৰ একমাত্ৰ পুত্ৰ মৃণ্ময় দেউঘৰীয়া ৷

সাধাৰণ জীৱন-যাপন কৰা ঘৰখনৰ পৰাই দক্ষিণ আফ্ৰিকাত ২৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কাৰাটেত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

ক্ৰীড়া ক্ষেত্ৰত আন এক অসম সন্তানৰ কৃতিত্ব : আন্তঃৰাষ্ট্ৰীয় কাৰাটেত ৰূপৰ পদক চৰাইদেউৰ মৃন্ময় দেউঘৰীয়াৰ

বিশেষ সা-সুবিধা অবিহনে অনুশীলন কৰি ভাৰতক প্ৰতিনিধিত্ব কৰি পদক লাভ কৰাত চৰাইদেউৰ লগতে মাহমৰা কাকতিবাৰীৰ ঘৰখন উৎফুল্লিত হৈ পৰিছে ।

Your Comments