ওদালগুৰিত ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটীত গ্ৰেণড বিস্ফাৰণ : ৮জন আহত

ওদালগুৰিত ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটীত গ্ৰেণড বিস্ফাৰণ : ৮জন আহত

# ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটী এক্সপ্ৰেছত গ্ৰেণেড বিষ্ফোৰণ ৷

# ওদালগুৰিৰ হৰিশিঙা ষ্টেচনৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত এই বিষ্ফোৰণ ।

# ৰে'লখনৰ ভিতৰতে আছিল গ্ৰেনেডটো ।

# জানিব পৰামতে, ৮জন যাত্ৰী আহত হৈছে ।

# আহতসকলক হৰিশিঙা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ।

# এজনক সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ ।

# ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

Your Comments