ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা ব্যৰ্থ : ২ চোৰাং চিকাৰী কৰায়ত্ত

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা ব্যৰ্থ : ২ চোৰাং চিকাৰী কৰায়ত্ত

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ বাবে অহা দুই চোৰাং চিকাৰীক দৰং জিলাৰ ৰৌমাৰী বজাৰত দৰং জিলাৰ শ্যামপুৰ আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ চোৰাং চিকাৰী দুজনৰ এজন ডিমাপুৰৰ শৈলেন্দ্ৰ কেম্পৰাই ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা ব্যৰ্থ : ২ চোৰাং চিকাৰী কৰায়ত্ত

আনজন খাইৰুল জামানৰ ঘৰ নগাঁও জিলাৰ ধিঙত ৷ দুই চোৰাং চিকাৰীয়ে ওৰাং ৰাষ্ট্রীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল ৷

চিকাৰী দুটাৰ পৰা উদ্ধাৰ কৰা হয় এটা ৩০৩ ৰাইফল, এটা মেগজিন, ৫ জাঁই গুলী, এটা চাইলেন্সাৰ আৰু এটা বেজী ৷
 

Your Comments