অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰ

A


নিউজ ডেস্ক:
 অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰ । শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত ঠিকাদাৰ জনক ।
গ্ৰেপ্তাৰ কৰি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শিৱসাগৰলৈ লৈ যোৱা যোৱা হৈছে অভিযুক্ত ঠিকাদাৰজনক । এ জে ৱাই চি পিৰ নেতাক প্ৰহাৰ কৰি পলাই থকাৰ অভিযোগ আছিল নিৰ্মল ম’ৰৰ বিৰুদ্ধে ।
উল্লেখ্য যে ঠিকাদাৰগৰাকীৰ কাণ্ডক কৈ দেওবাৰে উত্তপ্ত হৈ পৰিছিল শিৱসাগৰ জিলা । ঠিকাদাৰগৰাকীক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ।

 

Your Comments