চামগুৰিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

A

 

নিউজ ডেস্ক:
চামগুৰিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷
নিশা সংগীতানুষ্ঠান কৰি আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন ৷ উল্লেখ্য যে বাহনখনত থকা ৪গৰাকী বাদ্যযন্ত্ৰী আহত হয় । লখিমপুৰ বগীনদীত অনুষ্ঠান সামৰি গুৱাহাটীলৈ আহি থকা পথত সংঘটিত হয় দুৰ্ঘটনাটো।

Your Comments