দুৰ্ঘটনাত পতিত কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন

 A

নিউজ ডেস্ক:
নলবাৰীৰ সংগীতানুষ্ঠানৰ পৰা শিৱসাগৰৰলৈ উভতি অহাৰ পথত নগাঁৱৰ চামুগুৰিত দুৰ্ঘটনাগ্ৰস্ত হয় কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন ৷জানিব পৰা মতে 
ভুল দিশৰ পৰা অহা এখন টেম্প’ৰ সৈতে সংঘৰ্ষৰ পিছত ডিভাইডাৰত উঠি যায়  বাহনখন৷
সৌভাগ্যক্ৰমে কােনাে গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে কন্ঠশিল্পী চুতীয়া।

 

Your Comments