১৩, ১৪ এপ্ৰিলত মহানগৰীত যান-বাহন চলাচলত নিৰ্দেশনা!

 A

 

নিউজ ডেস্ক:
১৩ আৰু ১৪ এপ্ৰিলত বন্ধ থাকিব গধুৰ বাহনৰ চলাচল।উজনিৰ পৰা অহা গধুৰ বাহন চলিব লাগিব বাইহাটা হৈ।আনহাতে নামনিৰ পৰা অহা গধুৰ বাহন কলিয়াভোমোৰা, নলবাৰী হৈ চলাৰ নিৰ্দেশ।১৩ এপ্ৰিলত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।
পুৱা ৭ বজাৰ পৰা নিশা ১১ বজালৈ আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা।১৪ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।উজনিৰ পৰা অহা বাহনসমূূহ খানাপাৰা, জিএছ ৰোড হৈ চলাৰ নিৰ্দেশ জাৰি কৰিছে ৷

Your Comments