অৱশেষত উদ্ধাৰ হ’ল লিডুৰ কয়লা খনিৰ পৰা নিৰুদ্দিষ্ট হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ

নটৰাজ


নিউজ ডেস্ক:
অৱশেষত উদ্ধাৰ হ’ল  লিডুৰ কয়লা খনিৰ পৰা নিৰুদ্দিষ্ট হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ ৷প্ৰায় পচি যোৱা অৱস্থাত  মৃতদেহটো শুকুৰবাৰে পুৱাই আৰক্ষীয়ে উদ্ধাৰ কৰি ফোনযোগে এই বিষয়ে অৱগত কৰে স্বামীক বিচাৰি হাহাকাৰ কৰি ফুৰা প্ৰাঞ্জলৰ পত্নী উৰ্বশী মৰানক।উল্লেখ্য যে, চলিত বৰ্ষৰ ১২ জানুৱাৰীত লিডুৰ কয়লা খনিৰ পৰা সন্ধানহীন হৈছিল শ্ৰমিক প্ৰাঞ্জল মৰাণ।

 

Your Comments