গুৱাহাটীৰ ফটাশিলত জেহাদীৰ অভিযোগত গ্ৰেপ্তাৰ এজনক

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত দুধর্ষ জেহাদী গ্ৰেপ্তাৰ।অভিযুক্ত জেহাদীটোৰ নাম আমজদ আজমল হুছেইন।বৰপেটাত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত জেহাদী সুমনৰ সৈতে আহিছিল AQISৰ সংস্পৰ্শলৈ।বাংলাদেশত গৈ কৰিছিল যোগদান ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদীটো গুৱাহাটীৰ মডুলৰ দায়িত্বত আছিল।আমজদৰ ঘৰৰ পৰা জব্দ কৰে AQIS ৰ কিতাপ আৰু পোষ্টাৰ।

ইফালে গ্ৰেপ্তাৰ কৰিয়েই গোৱালপাৰালৈ লৈ যোৱা হয় জেহাদীটোক।ফটাশিল আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হয় নিজ বাসগৃহৰ পৰা।

Your Comments