আজি গণশিল্পী জয়ন্ত হাজৰিকাৰ জন্মদিন

আজি১গণশিল্পী১জয়ন্ত১হাজৰিকাৰ১জন্মদিন

আজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰো ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে গণশিল্পী জয়ন্ত হাজৰিকাৰ ৭৫সংখ্যক জন্মদিন ।

আজি গণশিল্পী জয়ন্ত হাজৰিকাৰ জন্মদিন

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মগ্ৰহণ কৰা শিল্পীজনৰ জন্মদিন উপলক্ষে মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ তলত থকা তেওঁৰ প্ৰতিমূৰ্তিত বিভিন্নজন শুভাকাংক্ষীয়ে বন্তি প্ৰজ্জ্বালন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনায় মৰমৰ শিল্পীজনক ।

Your Comments