অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নলবাৰীত কংগ্ৰেছৰ ধৰ্মঘট

A

নিউজ ডেস্ক:

প্ৰদেশ  কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছে আজি নলবাৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত মূল্য বৃদ্ধিৰ প্রতিবাদত ধৰ্মঘত কাৰ্যসূচী ৰুপায়ন কৰে।
এই ধৰ্মঘট কাৰ্যসূচীত কংগ্ৰেছ দলৰ প্ৰতিবাদকাৰী সকলে পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি  ৰোধ কৰক ,অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক , অসম চৰকাৰ হায় হায় ,BJP চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, নিবনুৱাক সংস্থাপন দিয়ক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

 

Your Comments