কটন বিশ্ববিদ্যালয়ত আজিৰে পৰা স্নাতক শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

A

নিউজ ডেস্ক:

ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ২০২১ বৰ্ষ স্নাতক শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ।বিশ্ববিদ্যালয়খনৰ ৱেবচাইটত উপলব্ধ আবেদনৰ সমগ্ৰ প্ৰক্ৰিয়া।১৬ছেপ্টেম্বৰলৈকে নামভৰ্তিৰ আৱেদন দাখিল কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে।উল্লেখ্য যে পূৰ্ব বৰ্ষৰ দৰে স্নাতক শাখাত নামভৰ্তি বাছনি পৰীক্ষা এইবাৰ অনুষ্ঠিত নকৰে বিশ্ববিদ্যালয়খনে।

ছাত্ৰ-ছাত্ৰীৰ আবেদনৰ  ভিত্তিত ২১ ছেপ্টেম্বৰত প্ৰকাশ পাব মেৰিট লিষ্ট।ছেপ্টেম্বৰৰ চতুৰ্থ সপ্তাহত নামভৰ্ত্তিৰ জাননী প্ৰকাশ পাব।

Your Comments