১৬ জুলাই শুক্ৰবাৰে পুৱা পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া ৰঞ্জিত কোঁৱৰ দেৱৰ গোপন খবৰৰ ভিত্তিত ছয়গাঁৱৰ গৰৈমাৰী আৰু চাম্পুপাৰাত অবৈধ বালি, শিল, কাঠ, কাঠমিলৰ বিৰুদ্ধে এক অভিযান চলোৱা হৈছিল ৷
উল্লেখ্য যে, উক্ত অভিযানত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বামুনীগাওঁ বন সুৰক্ষা বাহিনী আৰু বামুনীগাওঁ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বাপধন মজুমদাৰ আৰু এছিএফ প্ৰাঞ্জল কটকীৰ নেতৃত্বত এদল বনকৰ্মীৰ সহযোগত গৰৈমাৰীৰ মহিমাৰীত লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে একেদিনাই চাম্পুপাৰত তিনিটাকৈ অবৈধভাৱে বালি তোলা মেচিনো জব্দ কৰা হয় ৷
- Log in to post comments
- 11 views