বাজেট অধিৱেশনৰ প্ৰথমদিনা গো-সুৰক্ষা বিধেয়ক উত্থাপন

A

নিউজ ডেস্ক :

পঞ্চদশ অসম বিধানসভা বাজেট অধিৱেশনৰ প্ৰথম দিনা উত্থাপন হ'ল গো-সুৰক্ষা বিধেয়ক।অধ্যক্ষৰ অনুমতিৰ সাপেক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰে বিধেয়কখন।

'অসমৰ গো-সুৰক্ষা বিধেয়ক- ২০২১' মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰে সদনত।

উল্লেখ্য যে নির্বাচনৰ প্ৰতিশ্ৰুতি মৰ্মে উত্থাপন কৰা হৈছে বিধেয়কখন।B

Your Comments