প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত গুৰুতৰভাৱে অসুস্থ: দিল্লী এইমছত ভৰ্তি

Pic

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত হঠাৎ গুৰুতৰভাৱে অসুস্থ।গুৱাহাটীৰ পৰা এয়াৰ এম্বুলেন্সত উন্নত চিকিৎসাৰ বাবে বৃহস্পতিবাৰে নিশা দিল্লীলৈ নিয়া হয়।বৰ্তমান এইমছত চিকিৎসাধীন হৈ আছে মহন্ত।

উল্লেখ যে যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল মহন্ত।

মধুমেহ ৰোগত আক্রান্ত হৈ আছিল অগপৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী।

Your Comments