ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা হ'বগৈ ২০ নিযুত

ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা হ'বগৈ ২০ নিযুত

ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যাই শীঘ্ৰে ২০ নিযুত স্পৰ্শ কৰিব ৷ এই আশা ব্যক্ত কৰিছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ে ৷

ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা হ'বগৈ ২০ নিযুত

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ যুটীয়া সচিব সুমন বিল্লাই অলপতে প্ৰকাশ কৰা অনুসৰি- ''ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যাই ইতিমধ্যে ১০ নিযুত অতিক্ৰম কৰিলে ৷ শীঘ্ৰেই আ মি২০ নিযুতৰ লক্ষ্যত উপনীত হ'ব পাৰিম ৷''

ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা হ'বগৈ ২০ নিযুত
২০১৭-১৮ বিত্তীয় বৰ্ষত বিদেশী পৰ্যটকৰ আগমন আছিল অতি সন্তোষজনক ৷ বছৰটোত বিদেশী পৰ্যটকৰ আগমনৰ হাৰ ১৪ শতাংশ বৃদ্ধি হয় ৷

ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা হ'বগৈ ২০ নিযুত

বিত্তীয় বৰ্ষটোত পৰ্যটন খণ্ডত বৈদেশিক বিনিময়ৰ জৰিয়তে ভাৰত চৰকাৰে ১.৭৭ লাখ কোটি টকাৰ ৰাজহ আহৰণ কৰে ৷

Your Comments

Related Articles