গুৱাহাটীত ঘণ্টাত ৩-৪ ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে লুইতৰ জলস্তৰ

ghy

নিউজ ডেস্ক:

গুৱাহাটীত লুইতৰ জলস্তৰ প্ৰতি ঘণ্টাতে ৩-৪ ছেন্টিমিটাৰকৈ বৃদ্ধি পাবলৈ ধৰিছে।বৰ্তমান বিপদসীমাৰ ১০ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে লুইতৰ পানী।লুইত ফেনে-ফোটোকাৰে বাঢ়ি অহালৈ লক্ষ্য ৰাখি গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে।

Your Comments