কৰ্ণাটকৰ পিছত এতিয়া গোৱা কংগ্ৰেছত সংকট।গোৱা কংগ্ৰেছৰ ১৫ গৰাকী বিধায়কৰ ১০ গৰাকীয়েই বিজেপিত চামিল হোৱাৰ ঘোষণা কৰিছে।বিধায়কসকলৰ ভিতৰত বিৰোধী দলৰ নেতা চন্দ্ৰকান্ত কাৱেলেকাৰো আছে।
কংগ্ৰেছৰ এই বিদ্ৰোহী বিধায়কসকলে আজি বিজেপি অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কাৰ্যকৰী অধ্যক্ষ জে পি নাড্ডাক সাক্ষাৎ কৰিব।
- Log in to post comments
- 18 views