শুৱালকুছিত এনকেফেলাইটিছত মৃত্যু ১

ram

নিউজ ডেস্ক:

অসমত জাপানী এনকেফেলাইটিছ ৰোগে পুনৰ ভয়ংকৰ ৰূপ ধাৰণা কৰিছে। কামৰূপৰ শুৱালকুছিত শেহতীয়াভাবে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হয়। মৃত লোক জন শুৱালকুছিৰ ৰামচৰণ বৈশ্য(৭৩)। মহানগৰীৰ হেল্থ চিটিত চিকিৎসাধীন হৈ থকা অৱস্থাতে শনিবাৰে পুৱা ৬.৩০ বজাত মৃত্যু হয় বৈশ্যৰ।

Your Comments