শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী
মঙলবাৰে নিশা মনাছড়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সেনাৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ১০ কোটি টকাৰ হীৰাসহ আটক কৰে দুগৰাকী মহিলাক। ধৃত মহিলা দুগৰাকী মিনতি চাংমাই আৰু মাৰিয়া চাংমাই। তেওঁলোকৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে।
এজন যুৱকৰ লগত ফোনত যোগাযোগ কৰি তেওঁলোক হাইলাকান্দিলৈ আহিছিল বুলি মহিলা দুগৰাকীয়ে আৰক্ষীক জানিবলৈ দিছে।
- Log in to post comments
- 48 views