অসমৰ ৬ খন চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা বৃদ্ধি কৰা হ'ব।আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থাৰ আওঁতাত অতিৰিক্তভাৱে ১৭৪ খন আসনৰ সংখ্যা বৃদ্ধি কৰাত ইতিমধ্যে অনুমোদন দিছে মেডিকেল কাউন্সিল অব ইণ্ডিয়াই।
এতিয়া ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়খনত আসনৰ সংখ্যা বৃদ্ধি পাই ৭২৬ৰ পৰা ৯০০ হ'বগৈ।এই পদক্ষেপৰ বাবে মেধাৱী বিদ্যাৰ্থীসকল উপকৃত হ'ব।
- Log in to post comments
- 9 views