নামৰূপৰ পৰা সমিৰণ বৰুৱাৰ প্ৰতিবেদন :
#নাহৰকটীয়াৰ এটা লালি গুড়ৰ গুদামত ওলমিল চৰকাৰী তলা।
# প্ৰসন্ন ভাৰতীয়া নামৰ অসাধু ব্যৱসায়ী জনৰ গুদামত জব্দ হ'ল ২৫০০ টিন সন্দেহজনক লালি গুৰ।
#নামৰূপৰ উপ-আৰক্ষী অধিক্ষক কুল প্ৰদীপ ভাট্টাচাৰ্য আৰু নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰীৰ উপস্থিতিত নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত সোমবাৰে নিশা চলিছিল এই অভিযান।
- Log in to post comments
- 24 views