সংহাৰী বান আৰু গৰাখহনীয়াত আক্ৰান্ত দক্ষিণ কৰিমগঞ্জ আৰু সাহাবাদৰ বহুগাঁও

barak

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :

দক্ষিণ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বহু গাওঁ লংগাই নদীৰ সংহাৰী  বানৰ কবলত পৰাৰ ফলত চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ। সাহাবাদৰ ইকৰা ইংলিছ একাডেমীয়ো এমাহৰ পৰা বানপানীৰ তলত থকাৰ ফলত ছাত্র ছাত্ৰীৰ পঢ়াশুনাও ক্ষতিগ্ৰস্ত হৈছে।

barak2 বিধায়ক আজিজ আহমদ খান আৰু আনোৱাৰ হোছেইন লস্কৰকে ধৰি সাংসদ কৃপানাথ মাল্লাহৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে।

Your Comments