অসম-ত্ৰিপুৰা সীমান্তৰ কুমাৰঘাটত ট্ৰেন-অটোৰ মুখোমুখি সংঘৰ্ষ,গুৰুতৰভাবে আহত এক

barak

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন : 
দেওৱাৰে অসম ত্ৰিপুৰা সীমান্তৰ কুমাৰঘাটৰ নালাকাটা নামৰ ঠাইত এখন দ্ৰুতবেগী ট্ৰেইনৰ লগত এখন অটোৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত অটোত থকা এজন যাত্ৰী গুৰুতৰ আহত হয় বুলি জানিব পৰা গৈছে।আহত যাত্ৰী গৰাকীক উদ্ধাৰ কৰি তৎকালীনভাবে হাস্পিতালত ভৰ্তি কৰা হয়। আহত লোকজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা নাই।

Your Comments