গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন:
আজি ৰাতিপুৱা প্ৰায় ৯ মান বজাত ঘৰৰ পৰা উলাই গৈ উভতি অহা নাই গহপুৰৰ পশ্চিম টকৌবাৰী গাঁওৰ দুটি প্ৰায় ৬ বছৰীয়া ল'ৰা। আদিবাসী সম্প্ৰদায়ৰ ল'ৰা দুজনে পিন্ধনত হাফ পেন্ট আৰু চাৰ্ট পিন্ধি ঘৰৰ পৰা ওলাইছিল। যদি কোনোবা সদাশয় ব্যক্তিয়ে ল'ৰা দুজনক দেখা পাই অথবা সন্ধান পায়, তেন্তে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । ল'ৰা দুজনৰ নাম হৈছে লখিন্দৰ চবৰ আৰু তাকলো চবৰ।
- Log in to post comments
- 5 views