শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী
শিলচৰত দেওবাৰে পুৱা এখন ৰে'লত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।ৰে'ল বিভাগৰ গুৰুত্বহীনতাৰ ফলতেই
ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ নামৰ যাত্রীবাহী ৰে'লখনত জুই লাগে বুলি অভিযোগ উত্থাপন হৈছে।
অগ্নিকাণ্ডৰ ফলত ৰে'লখনত বিশেষ ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 62 views