বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
জোঁৱাই-বদৰপুৰ ৰাষ্ট্রীয় ঘাইপথৰ কালাইন অংশত পথ সমূলি বিধ্বস্ত হৈ পৰিছে। এই পথচোৱা যাতায়তৰ অনুপযোগী হৈ পৰিলেও নিদ্ৰামগ্ন যেন ৰাজ্যৰ গড়কাপ্তানী বিভাগ।এই ক্ষেত্ৰত বিভাগীয় মন্ত্রী ডঃহিমন্তবিশ্ব শর্মাৰ হস্তক্ষেপ বিচাৰিলে স্থানীয় ৰাইজে।
আনহাতে,পথচোৱা যাতায়তৰ অনুপযেগী হৈ পৰাৰ পিছতো মেৰামতিৰ ব্যৱস্থা গ্ৰহণত কোনো ভূমিকা পালন নকৰাত কাটিগড়াৰ বিধায়ক অমৰচাঁদ জৈনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে কালাইনৰ ৰাইজে।
- Log in to post comments
- 50 views