গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে গোলাঘাট আৰক্ষীয়ে তিনিটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।চহৰখনৰ বেঙেনাখোৱা অঞ্চলৰ পৰা চাকিব আলি,শান্তিপুৰৰ ৰাজা খান আৰু ফৰকাটিঙৰ পৰা লিপিব্ৰত নাথ নামৰ ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা প্ৰায় ২১ গ্ৰাম হিৰ'ইন জব্দ কৰে।
- Log in to post comments
- 11 views