চেঙাৰ পৰা সুৰজিৎ পাঠক
নসত্ৰৰ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ দুগৰাকী বিদ্যাৰ্থীয়ে কলা শাখাত দুটাকৈ স্থান দখল কৰি বৰপেটা জিলাৰ লগতে মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে ।কলা শাখাত পঞ্চম স্থান দখল কৰিছে জগমোহন কলিতা(৪৭০)ই।দশম স্থান অধিকাৰ কৰিছে কৃপাময় দাসে(৪৬৪)।
- Log in to post comments
- 10 views