ৰাজীৱ পাতিৰ,২৩ মে:
১৪ নং লখিমপুৰ লোক সভা সমষ্টিৰ অন্তৰ্গত ৯৯ নং মাজুলী বিধান সভা সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই লাভ কৰিছে ১৪,৫২৯ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঞিয়ে লাভ কৰিছে ৫,০৮৯ টা ভোট । কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৯,৪৪০ টা ভোটত অগগ্ৰতি লাভ কৰিছে ।
- Log in to post comments
- 7 views