শিলচৰৰ জ্যেষ্ঠ সাংবাদিক ৰাজা ধৰৰ অকাল বিয়োগ

silsar

শিলচৰৰ পৰা বিক্ৰম দাস

শিলচৰৰ পৰা প্ৰকাশিত 'দৈনিক অবিচাৰ' কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰাজা ধৰৰ শনিবাৰে অকাল বিয়োগ ঘটে।শনিবাৰে পুৱা ৫-৩০ বজাত হৃদৰোগত আক্রান্ত হোৱাৰ পিছত  সাংবাদিকগৰাকীৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটে।মৃত্যুৰ সময়ত ধৰৰ বয়স হৈছিল ৫১ বছৰ।ৰাজা ধৰৰ মৃত্যুত শিলচৰৰ সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।

Your Comments