নুমলীগড়ত জ্বলিল তেলভৰ্তি টেঙ্কাৰ

golaghat

গোলাঘাট ,২৬ এপ্ৰিল :

 কালি নিশা গোলাঘাটৰ নুমলীগড়ত অসম অইল নামৰ তেল ডিপুৰ সন্মুখতে তেল খালি কৰা থকা এখন টেঙ্কাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'য়। প্ৰতক্ষ্যদৰ্শীৰ ভাষ্যনুসৰি চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হ'য়। টেঙ্কাৰখনৰ নম্বৰ এ এছ ০৫ বি ৭৪৭৫ বুলি জানিব পৰা হৈছে। অৱশ্যে এঘণ্টা পলমকৈ হলেও অগ্নিনিৰ্বাপক বাহিনী গৈ জুই নুমাবলৈ সক্ষম হ'য় আৰু সম্ভাব্য বিপদৰ পৰা সমগ্ৰ অঞ্চলটো ৰক্ষা পৰে।

Your Comments