জুৰিয়াৰ পৰা উত্তম বৰাৰ প্ৰতিবেদন :
জুৰীয়াৰ পূব ছটিয়ানৰ বিলৰ পাৰত আজি পুৱা উদ্ধাৰ হয় এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো কেন্দুগুৰী অঞ্চলৰ নুৰ হুছেইনৰ বুলি জানিব পৰা গৈছে ৷দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰি বিলৰ পাৰত পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে।
- Log in to post comments
- 11 views