সোণাৰিৰ পৰা ঘন বৰা
সোণাৰি আৰু যোৰহাট আৰক্ষীয়ে নগা আৰক্ষীৰ সহযোগত নাগালেণ্ডৰ টিজিতৰ পৰা উদ্ধাৰ কৰিলে চুৰি বাইক।
উল্লেখযোগ্য যে যোৰহাট নিবাসী শিৱ দত্তৰ এ এছ ০৩ ইউ ০৩২৭ নম্বৰৰ টিভিএছ বাইকখন যোৱা ২০ এপ্ৰিলত চোৰে চুৰি কৰি নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছতে যুদ্ধ বিৰতিত থকা এনএছচিএনৰ দলে জব্দ কৰে।
আজি বাইকখনৰ গৰাকী শিৱ দত্তই এনএচছিএনৰ কেডাৰক বাইকৰ কাগজপত্ৰ প্ৰদৰ্শন কৰি বাইকখন চমজি লয়।
- Log in to post comments
- 4 views