গোৱালপাৰাৰ পৰা উৎপল ৰাভা
গোৱালপাৰা জিলাৰ ১নং বৰঝৰা-নদীয়াপাৰাস্হিত বায়খো পাহাৰত যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৩৮ সংখ্যক ৰাভা জাতীয় বায়খো মহোৎসৱৰ শনিবাৰে সফল সামৰণি পৰে। কালি আবেলিৰ ভাগত বায়খো উৎসৱৰ পৰম্পৰা অনুসৰি আকৰ্ষণীয় লেওঁৱা টনা প্ৰতিযোগিতা অনুষ্ঠিত হয় । উক্ত কাৰ্যসুচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও দলে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 10 views