লোকসভা নির্বাচনৰ প্ৰাকক্ষণত কৰিমগঞ্জ জিলা উপায়ুক্তক বদলি

1

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী


বদলি কৰা হ'ল কৰিমগঞ্জ জিলাৰ উপায়ুক্ত  পি বি ৰয়ক।এতিয়া উপায়ুক্তৰ দায়িত্ব চম্ভালিব আইএএছ বিষয়া এম এছ মণিৱন্ননে।

 লোকসভা নির্বাচনৰ 
প্ৰাকক্ষণত কিয় পি বি ৰয়ক বদলি কৰিবলগীয়া হ'ল ৰয়ক-এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে  কৰিমগঞ্জ জিলা এআইইউডিএফে।

Your Comments