গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ)য়ে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰধানকৈ সুৰা ট্ৰেজেডীৰ চিবিআই তদন্ত দাবী কৰাৰ লগতে কেবিনেটত আইন প্ৰণয়ন কৰি লালিগুড় নিষিদ্ধকৰণ আৰু চৰকাৰক সুৰা ট্ৰেজেডীত পিতৃ-মাতৃ হেৰুওৱা অনাথ শিশুসকলৰ দায়িত্ব ল'বলৈও দাবী জনায় সংগঠনটোৱে।
- Log in to post comments
- 5 views