বিগব্রাদাৰ নিউট্ৰাকেয়াৰৰ নতুন সামগ্ৰী

big brother nutracare

ভাৰতৰ বজাৰত বিগব্রাদাৰ নিউট্ৰাকেয়াৰৰ নতুন সামগ্ৰী 'স্বৰ্ণসাথী' মুুকলি কৰা হৈছে 

ধঁপাত আৰু গুটখা সেৱন কৰাৰ ফলত ভাৰতৰ লোকসকল কেন্সাৰ দৰে ৰোগত আক্ৰান্ত হব লগা হৈছে 

প্ৰাকৃতিক উপাদনেৰে তৈয়াৰ কৰা এই সমগ্ৰীবিধৰ দ্বাৰা গুটখা সেৱন কৰা সকলে এতিয়াৰ পৰা এইবিধ সামগ্ৰী গ্ৰহণ কৰিব পাৰিব 

প্ৰবীণ অভিনেতা অক্ষয় কুমাৰে সমগ্ৰীবিধ যোৱা মঙ্গলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে 

এই পেকেটৰ মূল্য 19.14 টকাৰ পৰা 299.00 টকা নিৰ্ধাৰণ কৰা হৈছে 

Your Comments