নিখিল বড়ো ছাত্ৰ সন্থাৰ বড়োলেণ্ড দাবী দিৱস পালন

cy

কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপোৰ্ট

১৯৮৭ চনৰ ২ মাৰ্চত নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ দিনটোতে প্ৰথম বড়োসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী কৰিছিল ।
 'পৃথক অসম  ৫০-৫০'  দাবী তুলিছিল আৰু এই আন্দোলনত এবছুৰ বৰ্তমানলৈকে ৫ হাজাৰতকৈ অধিক লোক ছহিদ হৈছে । তথাপি দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত সংগঠনটোৰ আন্দোলন । এইবাৰ বড়োলেণ্ড দাবী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিটিএডিত মটৰ চাইকেল ৰেলী বাহিৰ কৰে৷

আজি তামুলপুৰ আঞ্চলিক এবছুৰ আৰু মাদাৰবাৰী শাখা এবছুৰ উদ্যোগত মাদাৰবাৰীত বড়োলেণ্ড দাবী দিবস পালন কৰা হয় । উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ফুনিন বড়ো আৰু ইউ পি পি এলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে।

Your Comments