আজিৰে পৰা দেশজুৰি আৰম্ভ হৈছে বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দুদিনীয়া সাধাৰণ ধৰ্মঘট আৰু কৰ্ম বিৰতি৷
ছিপাঝাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলেও অংশ লৈছে এই প্ৰতিবাদত৷ বিদ্যুৎ (সংশোধনী) আইন বাতিলৰ দাবীত উপ-সংমণ্ডলটোৰ বিষয়া-কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে সাধাৰণ ধৰ্মঘট আৰু কৰ্মবিৰতি।
- Log in to post comments
- 36 views