আগন্তক পঞ্চায়ত নিৰ্বাচনক লৈ কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ নির্দেশ ।
অনুজ্ঞা-পত্ৰ থকা সকলো মাৰণাস্ত্ৰ ৩ দিনৰ ভিতৰত জমা দিব লাগিব স্থানীয় আৰক্ষী থানাত ।
উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনক লৈ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এই নির্দেশ জিলা প্ৰকাশনৰ ।
এইবাৰ কামৰূপ (মহানগৰ) জিলাত ২১খন গাঁও পঞ্চায়তৰ বাবে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ।
- Log in to post comments
- 11 views