যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত মুকেশ আগৰৱালাক শাস্তিৰ দাবীত দীঘলীপুৰীপাৰত প্ৰতিবাদ

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত মুকেশ আগৰৱালাক শাস্তিৰ দাবীত দীঘলীপুৰীপাৰত প্ৰতিবাদ

এ এছ পি লীনা দলেক ২০১২ চনত এ ডি জি পি মুকেশ আগৰৱালাই যৌন ইংগিত দিয়া ঘটনাৰ গোচৰ আৰক্ষী থানাত দিয়াৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ জনায় ৬টাকৈ জাতীয় দল-সংগঠনে ।

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত মুকেশ আগৰৱালাক শাস্তিৰ দাবীত দীঘলীপুৰীপাৰত প্ৰতিবাদ

গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী উন্নয়ন পৰিষদসহিতে ৬টাকৈ সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী হিচাপে এ ডি জি পি মুকেশ আগৰৱালা আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে দীঘলীপুখুৰীপাৰত ।

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত মুকেশ আগৰৱালাক শাস্তিৰ দাবীত দীঘলীপুৰীপাৰত প্ৰতিবাদ

তেওঁলোকৰ দাবী, বৰ্তমান এছ পি হিচাপে কৰ্মৰত লীনা দলেক অতি সোনকালে ন্যায় প্ৰদান কৰিব লাগে । মুখ্য মন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰিব লাগে বুলিও দাবী তোলে ।

Your Comments