কণ্ঠশিল্পী বুবু দেউঘৰীয়াৰ শ্ৰব্যগীত উন্মোচন

কণ্ঠশিল্পী বুবু দেউঘৰীয়াৰ শ্ৰব্যগীত উন্মোচন

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউৰ কণ্ঠশিল্পী বুবু দেউঘৰীয়াৰ কণ্ঠৰে শাৰদীয় দুৰ্গাপূজাৰ প্ৰাক্‌ক্ষণত এটি গীতৰ শুভ উন্মাচন কৰা হয় । 

উজনিৰ চৰাইদেউ জিলাৰ সোণাৰিৰ জনপ্ৰিয় গায়ক বুবু দেউঘৰীয়াৰ 'নাচ গৌৰী নাচ' গীতটোৰ অলপতে শুভমুক্তি পায় ।

সোণাৰিৰ দীৰ্ঘজ্যোতি দত্তৰ মালিকনাধীন ষ্টুডিঅ'ত শাৰদীয় দুৰ্গাপূজাৰ প্ৰাক্‌ক্ষণত চাহ জনগোষ্ঠীৰ "নাচ গৌৰী নাচ" শীৰ্ষক গীতটোৱে অসমৰ ৰাইজৰ সমাদৰ লাভ কৰিব বুলি কণ্ঠশিল্পী বুবু দেউঘৰীয়া  আশাবাদী ।
 

Your Comments