কৰ্তব্যৰত অৱস্থাত থানাতে মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ এজন আৰক্ষীৰ বিষয়া ।
সাতগাঁও আৰক্ষী থানাত কৰ্মৰত বিষয়াজনৰ নাম মোহন দলে ।
দুগৰাকী ভুক্তভুগী মহিলাৰ গোচৰৰ ভিত্তিত মহানগৰীৰ ছয়মাইলৰ পৰা মোহন দলেক আটক কৰে সাতগাঁও আৰক্ষীয়ে ।
বৰ্তমান নুনমাটি থানাত ৰখা আৰক্ষী বিষয়াগৰাকীক উচ্চপদস্থ বিষয়াই সোধা-পোছা কৰি আছে বুলি জানিবলৈ দিছে নুনমাটি আৰক্ষী থানাই ।
- Log in to post comments
- 10 views