অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি - প্ৰধানমন্ত্ৰীয়ে

A

B

নিউজ ডেস্ক:
অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
টুইটাৰযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে "ভােগালী বিহুৱে প্ৰকৃতিৰ সৈতে আমাৰ স্বাভাৱিক সম্পৰ্কৰ কথাকে চিহ্নিত কৰে"।
আনহাতে, টুইটাৰত প্ৰধানমন্ত্ৰীয়ে অসমবাসীক ভোগালী বিহুৰ ওলগ জনাই লিখিছে যে , “আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো। মই প্ৰাৰ্থনা কৰোঁ যে এই উৎসৱে সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰি তোলক।”

Your Comments