নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মা গুলীবিদ্ধ

A

নিউজ ডেস্ক:

ধেমাজি মৰিঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা গুলীবিদ্ধ  ৷ আৰক্ষীৰ জিম্মাৰ পৰা অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰাত ভৰিত গুলীয়াই আৰক্ষীয়ে। টুইটাৰযোগে এই  কথা জনালে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি.পি সিঙে।

উল্লেখ্য যে ধেমাজিৰ ৰাজপথত নৃশংস ভাৱে অস্ত্ৰৰে আক্ৰমণ কৰিছিল নন্দিতাক।B

Your Comments