লখিমপুৰত সংঘটিত হৈছে এনকাউণ্টাৰ , পঢ়ি চাওক

A


নিউজ ডেস্ক: 
ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা ৷ শেহতীয়াকৈ লখিমপুৰ জিলাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে দুৰ্ধৰ্ষ ডকাইত ৰাকেশ পেগু ৷জানিব পৰামতে  বিভিন্ন ডকাইতি ঘটনাৰ সতে জড়িত থকা ৰাকেশ পেগুৱে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওতেই আৰক্ষীয়ে  গুলীয়াই  ধৰাশায়ী কৰে  ৷

Your Comments